script async src="https://pagead2.googlesyndication.com/pagead/js/adsbygoogle.js">
banner image

প্ৰেয়সীলৈ একলম

প্ৰেয়সীলৈ একলম
----------------------------
যিমানখিনি  আনন্দ  দিছিলা  তাতকৈ ও বেছি দুখ  দিছা  ৷
যিমানখিনি  ভালপোৱা  শিকাইছা  তাতকৈও  বেছি  ঘৃণা  কৰিব  শিকাইছা   ৷
যিমানখিনি  বিশ্বাস  কৰিছো  ঠিক  সিমানে বিশ্বাসৰ  ঠাইত  আঘাত  কৰিছা  ৷
যিমানে  কাষত  আহিব  বিচাৰিছো  ঠিক  সিমানে  দূৰত  হেৰাইছো  তোমাক   ৷
এই  জীৱনত  তোমাক  পোৱাৰ  কাৰণে  কি কৰা  নাই  মই  ?
ৰাতিৰ   পিছত   ৰাতি  , দিনৰ  পিছত  দিন  বহুত   কান্দিছো  তোমাক  আপোন  কৰি  পোৱাৰ   আশাত    ৷
কিন্তু   তুমি  মোক  যিমানখিনি  কন্দোৱাইছা  মই  ও  তোমাক  সিমান  কন্দোৱাম   ৷
কাৰণ,   তোমাৰ    পৰায়ে  শিকিছো   অভিনয় কাক   কয়     ৷
-
-
লিখক: - ছাদ্দাম হোচাইন
-
-
নগাওঁ       অসম
প্ৰেয়সীলৈ একলম প্ৰেয়সীলৈ  একলম Reviewed by Saddam Hussain on December 06, 2015 Rating: 5

No comments:

Powered by Blogger.