৯ বছৰৰ ল'ৰা এজনৰ মাক মৰি গৈছিলে ৷
এদিনাখন সেই ল'ৰা জনৰ বাপেকে তাক সুধিলে……
কোৱাছোন তোমাৰ নতুন " মা " আৰু পুৰণি মাকৰ মাজত পার্থক্য কি ?
তেতিয়া ল'ৰাজনে ক'লে যে……
" মোৰ নতুন জনী মাক সত্যবাদী আৰু মোৰ পুৰণি জনী মাক মিথ্যাবাদী আছিলে ৷ "
ল'ৰা জনৰ কথা শুনি বাপেকে আচৰিত হৈ সুধিলে…
" তোমাৰ যি জনী মাকে তোমাক জন্ম দিছে তাই কিয় মিথ্যাবাদী ?
আৰু যি জনী মাত্র কেইদিনমান হ'ল আহিছে তাই কেনেকে সত্যবাদী হ'ল ?"
তেতিয়া ল'ৰাটোৱে উত্তৰ দিলে যে … …
মই যেতিয়া গোটেই দিন বহুত দুষ্টমি কৰিছিলো তেতিয়া মোৰ মা কে মোক কৈছিলে …
" তই যদি এনেকে দুষ্টমি কৰি থাক তেতিয়া তোৰ খোৱা - বোৱা বন্ধ ৷"
আৰু যেতিয়া গোটেই দিন মোক বিচাৰি পোৱা নাছিলে তেতিয়া গোটেই গাওঁখন বিচাৰি মোক ধৰি আনি নিজৰ ওচৰত বহাই নিজ হাতেৰে খোৱাই দিছিলে ৷
আৰু মোৰ নতুন মা কয়……
" তই যদি এনেকে দুষ্টমি কৰি থাক তেতিয়া তোৰ খোৱা - বোৱা বন্ধ ৷"
সচাঁয়ে আজি তিনি দিন হৈ গ'ল মোক একো খাবলৈ দিয়া নাই ৷
জন্মদাত্রী মাকৰ নিচিনা " মা " পৃথিৱীত আন কোনো হ'ব নোৱাৰে ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম
Reviewed by Saddam Hussain
on
December 22, 2014
Rating:
No comments: