মনত পৰো নে তোমাৰ ?
----------------------
পাহৰা নাই সেই প্রথম দেখাৰ মুর্হূতবোৰ
আজি ও মই পাহৰা নাই তোমাৰ কথা
মনত পৰে তোমাৰ সেই সুৰ
যি সুৰত এদিন বান্ধিছিলা মোৰ চকু যোৰ
তোমাৰ চকু আৰু হৃদয়ত
তেতিয়া বৈ আছিল উথালি - পাথালি ঢৌ
বান্ধ ভঙা সমুদ্রৰ নিচিনা উপচি পৰিছিলে তোমাৰ ভালপোৱা
আজি মোৰ হৃদয়ে তোমাক বিচাৰি ফুৰে সকলো সময়তে ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম
মনত পৰো নে তোমাৰ ?
Reviewed by Saddam Hussain
on
November 06, 2014
Rating:
Reviewed by Saddam Hussain
on
November 06, 2014
Rating:
No comments: