মোৰ সকলো সপোনৰ আৰম্ভ হয় তোমাক লৈ ৷
কিন্তু সপোনৰ সমাপ্তটো মই কেতিয়াও দেখিব নোৱাৰো
তাৰ আগতেই তোমাৰ হাতত আন এজনৰ হাত দেখিব পাওঁ আৰু সেই ভয়ত মই চিঞৰি উঠো
সপোনটো ও লগে লগে ভাঙি যায় ৷
কাৰণ বাস্তৱতো এয়াই তুমি এতিয়া আন এজনৰ ৷
অকল টোপনিৰ মাজত সপোন ৰাজ্যত তুমি মোৰ আছিলা
আৰু এতিয়া সপোনেও মোক বাস্তৱতা দেখুৱাই দিয়ে
তুমি মোৰ নোহোৱা আন এজনৰ ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম
তুমি বিহীন মোৰ উজাগৰী নিশা
Reviewed by Saddam Hussain
on
November 13, 2014
Rating:
Reviewed by Saddam Hussain
on
November 13, 2014
Rating:
No comments: