এতিয়া মোবাইলটো গোটেই দিনেই চাইলেন্ট হৈয়ে পৰি থাকে ৷
মাজে মাজে মেছেজ অহাৰ শব্দ শুনি ব্যাকুল হৈ যাও কিন্তু তোমাৰ মেছেজতো নাপাও ৷
কোনোবাই এতিয়া আৰু খবৰ ও নিনিয়ে ৷
কোনোবাই এতিয়া আৰু নুসুধেও ,
"ডিনাৰ কৰিছা নে তুমি ? "
ক'ত নো হেৰাই গ'লা তুমি ?
মই তোমাক কি কৈছিলো মনত আছে নে, ,
" তুমি হেৰাই যোৱাৰ সময়ত মোক ও লগত লৈ যাবা ৷ "
-
-
লেখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম
ক'ত নো হেৰাই গ'লা তুমি
Reviewed by Saddam Hussain
on
September 14, 2014
Rating:
Reviewed by Saddam Hussain
on
September 14, 2014
Rating:
No comments: