যেতিয়া কোনো এখন ভালপোৱাৰ সম্পর্ক ভাঙি যায় ,
তেতিয়া উভয় ব্যক্তি পৰস্পৰৰ বন্ধু হ'ব নোৱাৰে ৷
কাৰণ ,
সম্পর্ক বিচ্ছিন্ন হোৱাৰ ফলত সিহঁত পৰস্পৰ মানসিকভাৱে আঘাতপ্রাপ্ত
হৈছে ৷
আকৌ সিহঁত শত্রুও হ'ব নোৱাৰে ৷
কাৰণ ,
উভয় ব্যক্তি এসময়ত পৰস্পৰক বহুত বেছি ভালপাইছিলে ৷
তেতিয়া সিহঁত হয় এজনে আনজনৰ সকলোতকৈ পৰিচিত ৷
-
-
লেখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম
এটি অনুভৱ
Reviewed by Saddam Hussain
on
September 14, 2014
Rating:
Reviewed by Saddam Hussain
on
September 14, 2014
Rating:
No comments: