যেতিয়া কোনোবাই ভালপোৱাৰ মানুহজনীৰ লগত থাকে তেতিয়া সকলোৰে বহুত ভাল লাগে ,
তেতিয়া কোনেও এইটো নাভাৱে যে এই মহূর্ত বোৰ অলপ পিছতয়েই অতীত হৈ যাব ,
আৰু বৈ যাব স্মৃতিৰ সাগৰত ৷
যিমান দিন তাই কাষত থাকিব এই স্মৃতিবোৰয়ে হঁহোৱাৱ ,
আৰু যেতিয়া তাই আতৰি যাব তেতিয়া এই স্মৃতিবোৰয়ে আকৌ কন্দোৱাব ৷
-
-
লেখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম
ভালপোৱাৰ এটি অনুভৱ
Reviewed by Saddam Hussain
on
September 13, 2014
Rating:
Reviewed by Saddam Hussain
on
September 13, 2014
Rating:
No comments: