মই সপোনক হেৰায় যোৱা দেখিছো , ওচৰৰ মানুহক দূৰলৈ আতৰি যোৱা দেখিছো , সকলোৱে কয় ভালপোৱাই হঁহোৱাই , আৰু মই সেই ভালপোৱাক অকলে গভীৰ ভাৱে কান্দিব দেখিছো ৷ - - লেখক :- ছাদ্দাম হোচাইন - - নগাঁও অসম
No comments: