এনেকৈয়ে প্রতিটো দিন এতিয়া মোৰ পাৰ হৈ যায় আৰু এটি দিন জীয়াই আছো মই তোমাৰয়ে অপেক্ষাত ৷
কোৱা এনেকৈয়ে আৰু কিমান দিন অকলে থাকিব পৰা যাব সেয়ে তোমাৰ উদ্দেশ্যে মোৰ হৃদয়ে কিবা ক'ব বিচাৰে …
কিমান সময় পাৰ হৈ যায়,
কিমান বছৰ পাৰ হৈ গ'ল তথাপিও তোমাৰ স্মৃতিবিলাক ৰৈ গ'ল ৷
কিছুমান স্মৃতিয়ে কষ্ট দি যায় তেতিয়া চকুলো হৈ সকলো বৈ যায় ৷
কোৱা এনেকৈয়ে আৰু কিমান অকলে থাকিব পৰা যাব
এই হৃদয়ে আকৌ তোমাক লৈ জীয়াই থাকিব বিচাৰে ৷
-
-
লেখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম
এই হৃদয় তোমাৰয়ে অপেক্ষায়
Reviewed by Saddam Hussain
on
September 17, 2014
Rating:
Reviewed by Saddam Hussain
on
September 17, 2014
Rating:
No comments: