মনৰ কষ্ট আৰু চকুৰ পানী কাকো দেখুৱাব নালাগে , জীৱন সুখৰ ন'হলেও কাকো ক'ব নালাগে… কাৰণ সকলোৱে কষ্ট দিব পাৰে কিন্তু কোনেও কষ্টৰ ভাগ ল'ব নোৱাৰে ৷ - - লেখক :- ছাদ্দাম হোচাইন - - নগাঁও অসম - -
No comments: