নীলান্জনা নাম তাইৰ ,
বিচাৰি ফুৰে তাই নিজস্বতাক ৷
লুইতৰ পাৰৰ সেই ঠাই ডোখৰ তাইৰ অতি প্রিয় কিয়নো তাতেই তাইৰ আধৰুৱা স্মৃতি ৷
লাহে লাহে তাইৰ বয়স বাঢ়ি আহিছে যদিওঁ তাই
পাহৰিব পৰা নাই তাইৰ সেই কৰুণ স্মৃতি ৷
মলিন বতাহে যেতিয়াই তাইক চুই যায় তেতিয়াই তাই উচুপি উঠে অতীতৰ কথা মনত পেলাই ৷
লুইতৰ পাৰতেই সৃষ্টি তাইৰ এই আধৰুৱা কাহিনীৰ আৰু এদিন লুইতৰ বুকুতেই অন্ত পৰিব তাইৰ এই আধৰুৱা কাহিনীৰ ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম ৷
লুইতৰ পাৰৰ আধৰুৱা কাহিনী
Reviewed by Saddam Hussain
on
August 27, 2015
Rating:
Reviewed by Saddam Hussain
on
August 27, 2015
Rating:
ধুনীয়া
ReplyDelete