একবিংশ শতিকাত জন্ম তাৰ ,
কোনেওঁ চিনি নাপায় বুজি নাপায় তাক ৷
মৰমৰ এনাজৰিৰে ধৰি ৰাখিব বিচাৰে সি তাৰ প্রেমৰ স্মৃতি ৷
প্রেমেই যেন পূজা ,
প্রেমেই যেন স্বর্গ তাৰ ৷
সি কোনো কাৰণতো হেৰুৱাব নিবিচাৰে ,
তাৰ একবিংশ শতিকাৰ সেই অতীত ৷
দুগালেৰে প্রেমাশ্রুধাৰা বৈ যায় ,
তথাপিওঁ যেন শান্ত নহয় তাৰ দুটি ব্যাকুল নয়ন ৷
আজন্ম অপেক্ষাত যেন সি ৰৈ আছে কাৰোবাৰ ,
একবিংশ শতিকাৰ সেই প্রেম কাহিনীৰ সকলো স্মৃতি সাঁচি ৰাখিব বিচাৰে সি তাৰ অৱসন্ন বিষাদৰ বুকুত ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম ৷
একবিংশ শতিকাৰ প্রেমৰ স্মৃতি
Reviewed by Saddam Hussain
on
March 04, 2015
Rating:
Reviewed by Saddam Hussain
on
March 04, 2015
Rating:
No comments: