মই সুখৰ মাজত বিচাৰিছো কান্দোন ,
হাহিঁত চকুলো ,
আজি ও পোৱা নাই বিচাৰি তাইক
পাইছো অকল তাইৰ অৱহেলা ৷
মই বিচৰা নাই তাইৰ মূখৰ কথা বিচাৰিছো তাইৰ মনৰ হাহিঁ ৷
মই পোৱা নাই তাইক
কিন্তু পাইছো তাইৰ সমস্থ যাতনা ৷
পাহৰা নাই তাইৰ সেই কঠিন দৃষ্টি হয়তো পাহৰিব ও নোৱাৰিম ৷
তাইৰ সকলো হাহিঁ চকুলো হৈ বৈ যায় মোৰ মাজেদি ,
সকলো পাহৰি গ'লেও নাপাহৰো তাইৰ সেই নিষ্ঠুৰ অভিনয় ৷
-
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম ৷
নাপাহৰো তাইৰ সেই নিষ্ঠুৰ অভিনয়
Reviewed by Saddam Hussain
on
March 28, 2015
Rating:
Reviewed by Saddam Hussain
on
March 28, 2015
Rating:
No comments: