ভালপোৱা হ'ল সপোনৰ এটি ঠিকনা ……
যাৰ চিহ্ন পোৱা সহজ , কিন্তু সঠিক মনৰ মানুহ বিচাৰি পোৱা কঠিন ৷
ভাল তো সকলোৱে পাব পাৰে , কিন্তু ভালপোৱা সকলোৱে বুজিব নোৱাৰে ৷
মিছা আশা কৰি লাভ কি ?
সত্য তো এইটোৱে যে তুমি কেতিয়াও মোৰ নাছিলা আৰু হ'ব ও নোৱাৰা কেতিয়াও ৷
অতীতৰ স্মূতিবোৰ ভাহি আহে দূৰৰ পৰা আৰু গুচি যায় কোনোবা অজান দেহত মোক কন্দোৱাই ৷
মোৰ কি অপৰাধ আছিলে ?
তোমাক ভালপোৱাটোৱে কি মোৰ অপৰাধ আছিলে ?
যদি সেইটোৱে হয়,,,,,
তেতিয়া মোক ক্ষমা কৰি দিয়া ……
কাৰণ মই তোমাক ভাল নোপোৱাকে
এক মহুর্ত ও থাকিব নোৱাৰিম ৷
জনো বহুত কষ্ট হব তেতিয়াও ভালপাও ৷
⇨
⇨
লেখক :- ছাদ্দাম হোচাইন ৷
⇨
⇨
নগাঁও অসম ৷
Reviewed by Saddam Hussain
on
July 30, 2014
Rating:
No comments: