তুমি দিয়া বিষাদৰ স্মৃতি
⇨
⇨
কেনে আছা তুমি ?
বহুত জানিব মন গৈছে ৷
এতিয়াও কি ৰাতি সাৰে থাকা ?
মনত পৰে নে দুজনাৰ গোটেই ৰাতিৰ দুষ্টমি ?
অকাৰণেই অভিমানী সেই কাজিয়া ?
কেতিয়াবা হাঁহি ,
কেতিয়াবা কান্দোন ৷
নে পাহৰি গ'লা এই পাগলটোক ?
স্মৃতিবোৰ কি আৱর্জনাৰ নিচিনাই পেলাই দিছা নর্দমাত ?
মই কিন্তু পাহৰিব পাৰা নাই ৷
বহুত জানিব মন গৈছে তুমি দ্রুত ভাৱে পাহৰি গ'লা মই যিমান বেছি মিছ্ কৰো তোমাক ?
⇨
⇨
লেখক :- ছাদ্দাম হোচাইন
⇨
নগাঁও অসম
⇨
তুমি দিয়া বিষাদৰ স্মৃতি (Saddam Hussain )
Reviewed by Saddam Hussain
on
July 27, 2014
Rating:
Reviewed by Saddam Hussain
on
July 27, 2014
Rating:
No comments: