এজন ল'ৰা আৰু এজনী ছোৱালী মনে মনে গাড়ী দি গৈ আছিল ।
তেতিয়া ল'ৰাজনে এখন চিঠি ছোৱালীজনীক দিয়ে ৷
ছোৱালীজনীয়ে চিঠিখন পঢ়াৰ আগতে ল'ৰাটোক ক'লে যে, ,,,
মই তোমাক এতিয়া আৰু ভাল নাপাওঁ ৷
মই তোমাক এৰি দি আছো ।
তেতিয়াই হঠাৎ এখন গাড়ী বেগেৰে সিহতৰ গাড়ী খনক খুন্দিয়াই থৈ যায় আৰু ল'ৰাজন লগে লগে মৰি যায় ।
ছোৱালীজনীৰ একো নহ'ল তাই বাচি গ'ল ৷
পিছত ছোৱালীজনীয়ে চিঠিখন খুলি চালে আৰু লগে লগে তাই কান্দি দিলে তাইৰ দুচকু দি চকুলো বৈ আহিলে ৷
সেই চিঠিখনত লিখা আছিলে,,
" যি দিনা তুমি মোক এৰি দিবা সেই সময়তে মই মৰি যাম ৷"৷৷৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম ।
তুমি মোক এৰি থৈ যোৱাৰ দিনা
Reviewed by Saddam Hussain
on
April 23, 2015
Rating:
Reviewed by Saddam Hussain
on
April 23, 2015
Rating:
No comments: