প্রেয়সী লৈ একলম ৷
-------------------
নাজানো কি হ'ব ?
নাজানো কপালত কি আছে ?
এক অটল বিশ্বাসলৈ আগুৱাই গৈ আছো তোমাৰ লগত ৷
কাৰণ মই জানো তুমি মোক সুখত ৰাখিবা ৷
মই জানো তুমি কোনো দিন ও মোৰ বিশ্বাস নাভাঙা ৷
কেতিয়াও মোক অকলে এৰি থৈ নোযোৱা ৷
কেতিয়াওঁ এৰি নিদিয়া মোৰ হাত ৷
আজি যেনেকে ধৰি ৰাখিছা ঠিক তেনেকৈয়ে গোটেই জীৱন ধৰি ৰাখিবা ৷
-
-
লিখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম ৷
প্রেয়সী লৈ একলম
Reviewed by Saddam Hussain
on
April 20, 2015
Rating:
Reviewed by Saddam Hussain
on
April 20, 2015
Rating:
No comments: