আপোন বুলি ভাৱি কাকো কেতিয়াও মনৰ সকলো কথা নকবা ৷ কেতিয়াবা এনেকুৱা এটি সময় আহিব ,, যেতিয়া কোনোবাই তোমাৰ কথা দিয়ে তোমাক আঘাত কৰিব ৷ যি কষ্ট তুমি কেতিয়াওঁ সহ্য কৰিব নোৱাৰিবা ৷ - - লিখক :- ছাদ্দাম হোচাইন - - নগাঁও অসম ৷
No comments: