নিয়তিৰ নির্মম পৰিহাস , ভুল কৰাৰ আগত কোনেও বুজিব নোৱাৰে , সি এটা ভুল কৰিব গৈছে ৷ আৰু সি যেতিয়া বুজিব পাৰে , সি ভুল কৰি পেলাইছে ৷ তেতিয়া অনুসূচনা কৰাৰ বাহিৰে আন একো নাথাকে ৷ যেনেকে মই মোৰ সকলো ভুলৰ কাৰণে অনুতপ্ত ৷ - - লিখক :- ছাদ্দাম হোচাইন - - নগাঁও অসম
No comments: