যদি কোনোবাজনীয়ে তোমাক সচাঁয়ে ভালপায় থাকে ,
তেতিয়া তাই তোমাক পাহৰিব নোৱাৰিব ৷
যদি তোমাক পাহৰি যোৱাৰ কাৰণে ১০০০ টা কাৰণ ও থাকে তেতিয়া তাৰ পৰা মাত্র এটি কাৰণ বিচাৰিব তোমাক পোৱাৰ কাৰণে ,
আৰু যি জনীয়ে তোমাৰ লগত মিছা ভালপোৱাৰ অভিনয় কৰে ,
সেই জনীয়ে তোমাৰ ১ লাখ টি গুণৰ মাজত ১ টা দোষ বিচাৰি ওলাব তোমাক পাহৰি যোৱাৰ কাৰণে ……
-
-
লেখক :- ছাদ্দাম হোচাইন
-
-
নগাঁও অসম
সচাঁ প্রেম কোনেও পাহৰিব নোৱাৰে
Reviewed by Saddam Hussain
on
September 12, 2014
Rating:
Reviewed by Saddam Hussain
on
September 12, 2014
Rating:
No comments: